Naamghosa

Naamghosa written by Madhabdeva

নমস্কাৰ

মত্স্য কুৰ্ম্ম নৰসিংহ       বামন পৰশুৰাম

হলিৰাম বৰাহ শ্ৰীৰাম |

বুদ্ধ কল্কি নামে দশ       আকৃতি ধৰিছা কৃষ্ণ

তযু পাৱে কৰোহো প্ৰণাম ||