Naamghosa

Naamghosa written by Madhabdeva

নাম

অচ্যুত কেশৱ বিষ্ণু         হৰি সত্য জনাৰ্দ্দন

হংস নাৰায়ণ অষ্ট নাম |

পৰম মঙ্গল-ৰূপ         যিটো অহৰ্নিশে লৱে

তাৰ পূৰ্ণ হোৱে মনকাম ||১১৬