Naamghosa

Naamghosa written by Madhabdeva

অনুধিতা

হৰিৰ গৃহৰ দ্বাৰে         বেত্ৰৰ প্ৰহাৰ-যোগ্য

ব্ৰহ্মা ইন্দ্ৰ আদি দেৱজাক |

হেনয় দ্বাৰত বেত্ৰ-         প্ৰহাৰ পাইবাৰ যোগ্য

হঞো আমি কমন বৰাক ||১১৫