Naamghosa

Naamghosa written by Madhabdeva

প্ৰশংসা

বেদৰ বিহিত যত         আছে ধৰ্ম্ম সংসাৰত

সৱে হৰি-নামৰ কিঙ্কৰ |

হেন জানি যিটোজনে         নামৰ কীৰ্ত্তন কৰে

সেহিসে পৰম সাধু নৰ ||১১৪